Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: সদৰত অসম জাতিয়াতাবাদী যুৱ ছাত্র পৰিষদৰ উত্তাল প্ৰতিবাদ,  গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ

Dibrugarh East, Dibrugarh | Sep 4, 2025
আজি বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত সদৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে AJYCP য়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ খেমকা মাৰ্কেটৰ সন্মূখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি আৰু  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ আৰু 'কা' বাতিলৰ দাবীত আদেশ পত্ৰৰ প্ৰতিলিপি দাহ কৰে
Read More News
T & CPrivacy PolicyContact Us