Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১৮,৬৬০ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান

Margherita, Tinsukia | Aug 24, 2025
মাৰ্ঘেৰিটাত অসম চৰকাৰৰ দ্বাৰা ঘোষিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান দেওবাৰে পুৱা প্রায় ১১ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰে।মহিলা উদ্যমিতা আঁচনিৰ অধীনত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ ১৮,৬৬০ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয় । বৰগোলাই দিহিং ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত প্ৰায় ৩০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us