This browser does not support the video element.
বালিজানা: চহৰৰ হাচিলা বিলত উচ্ছেদিত শিবিৰত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয় চছিয়ালিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ সজাতি দলে
Balijana, Goalpara | Sep 2, 2025
চহৰৰ হাচিলা বিলত উচ্ছেদিত শিবিৰত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয় চছিয়ালিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ সজাতি দলে।গোৱালপাৰা চহৰৰ হাচিলা বিলৰ উচ্ছেদিত শিবিৰত উপস্থিত হৈ ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয় চছিয়ালিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ সজাতি দলে। সজাতি দলটোত আছিল চছিয়ালিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ সচিৱ প্ৰধান সন্দীপ পাণ্ডে, পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ অধ্যক্ষ তাহছিন আহমেদ , অৰুণাচল প্ৰদেশৰ নিয়া পোবা,মেডিয়া সমন্বয়ক আবু বক্কাৰ আদি সজাতি দলে।