Download Now Banner

This browser does not support the video element.

মানকাচৰ: ৰাভাটাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়

Mankachar, South Salmara-Mankachar | Jul 6, 2025
দেওবাৰে ৰাভাটাৰী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত নৱ গঠিত পঞ্চায়ত কমিটি আৰু শ শ ৰাইজৰ মাজত আলোচনা সভা অনুষ্ঠিত হয়। আজি নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰাভাটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এইবেলি গাঁও পঞ্চায়ত খনৰ নৱ নিৰ্বাচিত পঞ্চায়ত সভাপতি, উপ-সভানেত্ৰী,পঞ্চায়ত সচিব,সদস্য সদস্যা আৰু গাঁও পঞ্চায়তৰ বিভিন্ন ইউনিটৰ পৰা অহা জেষ্ঠ মুৰব্বী,মুখিয়াল ব্যক্তি,শিক্ষক সমাজ, সচেতন ৰাইজ আৰু সৰ্ব সাধাৰণ ৰাইজৰ মাজত চিনাকি পৰ্ব আৰু এখন আলোচনা সভা অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us