Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে কৰা অশ্লীল মন্তব্যক তীব্ৰ গৰিহণা জনাই সদৰত জিলা বিজেপিৰ প্ৰতিবাদ
Tinsukia, Tinsukia | Sep 1, 2025
কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নেতৃবৰ্গই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে কৰা অশ্লীল মন্তব্যক তীব্ৰ গৰিহণা জনাই সোমবাৰে বিয়লি প্রায় ৩ বজাত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ উদ্যোগত তিনিচুকীয়া থানা চাৰি আলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নেতৃবৰ্গৰ এনে গৰ্হিত মন্তব্যক ধিক্কাৰ দিয়ে তিনিচুকীয়া জিলা বিজেপিয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!