This browser does not support the video element.
ওদালগুৰি: কাহীবাৰীত বিটিচিৰ নৱ নিযুক্ত ডিপুটি চীফ ৰিহন দৈমাৰীক আদৰণী জনালে বিপিএফৰ নেতৃত্বই
Udalguri, Udalguri | Oct 8, 2025
২০২৫চনৰ ৫ অক্টোবৰত বিটিচিৰ চীফ হিচাপে হাগ্ৰামা মহিলাৰী আৰু ডিপুটি চীফ হিচাপে ৰিহন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কৰে।শপত গ্ৰহণ কৰি প্ৰথম বাৰলৈ ওদালগুৰি জিলাৰ কাহীবাৰীৰ বাসগৃহত উপস্থিত হোৱাত দলৰ নেতৃত্বই আদৰণি জনালে ৰিহন দৈমাৰীক। ইপিনে উক্ত সময় চোৱাত বিপিএফৰ কেন্দ্ৰীয় সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, কেন্দ্ৰীয় সংখ্যালঘু চেলৰ সম্পাদক চাইফুল হক প্ৰমুখ্যে জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।