Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: জিলাত বিজেপি ধুবুৰী জিলাৰ অন্তৰ্গত এঘাৰখন মণ্ডলত "ত্ৰিৰংগ যাত্ৰা"ৰ কাৰ্যসূচী ৰূপায়ন

Dhubri Part, Dhubri | Aug 13, 2025
ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আৰু অসম ৰাজ্যিক সমিতিৰ দলীয় নিৰ্দেশনাৰ ভিত্তিত নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুযায়ী আজি প্ৰতিকুল বতৰকো নেওঁচি ধুবুৰী জিলাৰ অন্তৰ্গত প্ৰতিখন মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ বিপুল সঁহাৰিত ত্ৰিৰংগ যাত্ৰা অনুষ্ঠিত কৰা হয়। এই ত্ৰিৰংগ যাত্ৰাত প্ৰত্যেকেই হাতে হাতে ৰাষ্ট্ৰীয় পতাকালৈ ভাৰত মাতাৰ জয়গান
Read More News
T & CPrivacy PolicyContact Us