Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল গান্ধী বস্তিত

Guwahati, Kamrup Metropolitan | Oct 5, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।গান্ধী বস্তিত ।সংবাদমেল সম্বোধন আকাশ দলে আৰু মুস্তাফিজুৰ ৰহমানৰ।যিকোনো মূল্যৰ বিনিময়ত জুবিন গাৰ্গে ন্যায় পাব লাগিব।শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত পৰিৱেশটো ধুৱলি-কুৱলি হৈ পৰিছে।
Read More News
T & CPrivacy PolicyContact Us