Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ ময়লাপথাৰ বজাৰত মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা জমিয়তৰ আব্দুল হাইৰ

Balijana, Goalpara | Aug 25, 2025
চহৰৰ ময়লাপথাৰ বজাৰত মেহমুদ মাদানীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা জমিয়তৰ আব্দুল হাইৰ। গোৱালপাৰা জিলা জমিয়তৰ অতিৰিক্ত সাধাৰণ সম্পাদক আব্দুল হাইয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয় যে দেশৰ যিকোনো অংশত নাগৰিকৰ ওপৰত অন্যায় অত্যাচাৰ হ'লে চৰকাৰক যিকোনো নাগৰিকে সমালোচনা কৰিব পাৰে। মেহমুদ মাদানী সৰ্বভাৰতীয় জমিয়তৰ সভাপতি। তেওঁ অসমমত সংখ্যা লঘূ ৰাইজৰ ওপৰত চলি থকা অমানৱীয় উচ্ছেদ আৰু অত্যাচাৰ সম্পৰ্কে অৱগত হৈ অত্যাচাৰী মুখ্যমন্ত্ৰীক আতৰাৰ কথা কৈছিল।
Read More News
T & CPrivacy PolicyContact Us