Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: শুকানপুখুৰীত নতুনকৈ নিৰ্মাণ হ'বলগীয়া উৰণ সেতুৰ বাবে স্থানীয় লোকক বিভাগীয় লোকে উচ্ছেদৰ জাননী দিয়া সন্দৰ্ভত ৰাজহুৱা সভা

Tinsukia, Tinsukia | Sep 3, 2025
শুকানপুখুৰীত নতুনকৈ নিৰ্মাণ হব লগীয়া উৰণীয়া সেতুৰ বাবে স্থানীয় লোকক লোকক ভাৰতীয় ইনফ্রা প্ৰজেক্ট লিমিটেডে উচ্ছেদৰ জাননী দিয়াৰ সন্দৰ্ভত বুধবাৰে বিয়লি প্রায় ৪ বজাত স্থানীয় ৰাইজ ,দল সংগঠনৰ মাজত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় । সেয়ে ৰাজহুৱা সভাত সকলোৰে মাজত আলোচনাৰ অন্তত স্থানীয় লোক সকলক ক্ষতিপূৰণ দিলেহে উক্ত স্থানৰ পৰা ঘৰ বাৰী খালি কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । যদি কোনো ক্ষতিপূৰণ নিদিয়ে তেন্তে কোনো কাৰণতে উচ্ছেদ কৰিবলৈ নিদিয়াৰ লগতে তীব্র আন্দোলন গঢ়ি তুলিব বুলি কয় ।
Read More News
T & CPrivacy PolicyContact Us