This browser does not support the video element.
মঙলদৈ ভাগ: ৰণক্ষেত্ৰত পৰিণত হৈছে মঙলদৈ ষ্টেডিয়াম, ক্ৰিকেট খেল চলি থকাৰ মাজতেই খেলুৱৈৰ মাজত মাৰপিট
Mangaldoi Part, Darrang | Sep 2, 2025
মঙ্গলদৈ ষ্টেডিয়ামত চলি আছে অৰুণাচলৰ Techi Tagar 20/20 ক্ৰিকেট খেল। একে দলৰ খেলুৱৈৰ মাজত সংঘাট। একে দলৰে খেলুৱৈৰ বেটৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত এজন খেলুৱৈ। আহত খেলুৱৈ জনৰ নাম অংকিত পাল। গুৰুত্বৰ ভাৱে আহত খেলুৱৈ গৰাকীক ততাতৈয়াকৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰে চিকিৎসকে। জানিব পৰা মতে অংকিত পালৰ ঘৰ উত্তৰ প্ৰদেশত।