This browser does not support the video element.
হোজাই: শ্ৰমিকক ধাৰলৈ টকা দি বিপদত হৰিওম মণ্ডল নামৰ এজন যুৱক, ষ্টেচন ৰোডত সংবাদ মেলৰ আয়োজন ভুক্তভোগী যুৱকৰ
Hojai, Hojai | Sep 7, 2025
হোজাইত এজন যুৱকক প্ৰবঞ্চনাৰে লুটিলে প্ৰায় ৩ লাখ ৫০হেজাৰ টকা।এই সন্ধৰ্ভত দেওবাৰে দিনৰ ৩বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগী যুৱকৰ।উল্লেখ্য হৰিওম মণ্ডল নামৰ যুৱকজনে তেওঁৰ লগতেই কাম কৰা শ্ৰমিকক ধাৰলৈ দিছিল ৩লাখ ৫০হেজাৰ টকা।সেই টকা বিচাৰিলেই হৰিওম মণ্ডল নামৰ যুৱকজনক ভয় ভাবুকি দিয়ে শ্ৰমিক জনক।বৰ্তমান যুৱকজনে শ্ৰমিক জনৰ পৰা কোনো টকা ঘূৰাই নোপোৱাত কাষ চাপিছে ন্যায়ালয়ৰ।ন্যায়ালয়ৰ কাষ চাপি যুৱকজনে আজি এক সংবাদমেলৰ আয়োজন কৰে।