Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: কৰিশ্মা নাথে ৰাভা সংগীতক বিকৃত কৰাক লৈ সদৌ বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাই সদৰ থানাত এজাহাৰ দাখিল কৰে
Bongaigaon Part, Bongaigaon | Sep 1, 2025
কৰিশ্মা নাথে ৰাভা সংগীতক বিকৃত কৰাক লৈ ৰাজ্যত ইতিমধ্যে চলিছে চৰ্চা। আজি বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে সদৌ বঙাইগাঁও জিলা ৰাভা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই। এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৰাভা ছাত্ৰ সন্থাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!