Download Now Banner

This browser does not support the video element.

চাবুৱা: চাবুৱাৰ বহু কেইখন চাহ বাগিচাত অবৈধ চুলাইৰ ঘাটি উৎখাত চাবুৱা আৰক্ষীৰ

Chabua, Dibrugarh | Sep 12, 2025
অবৈধ সুৰাৰ বিৰুদ্ধে চাবুৱা আৰক্ষীৰ বৃহৎ অভিযান। চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া মাধুৰ্য ডেউৰীৰ নেতৃত্বত আজি শুক্ৰবাৰে বিয়লি ৫ বজাত চাবুৱা থানাৰ অন্তৰ্গত একাধিক চাহ বাগিচা অঞ্চলত অভিযান চলাই কেইবাটাও অবৈধ চুলাইৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, চাবুৱাৰ বিভিন্ন চাহ বাগিচা সমূহত অবৈধ ভাৱে গঢ় লৈ উঠিছে চুলাইৰ ঘাটি
Read More News
T & CPrivacy PolicyContact Us