Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বাতাবাৰীত সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধিৰাজ বৰগোয়াৰীক উষ্মো আদৰনী

Bijni Part, Chirang | Aug 10, 2025
আজি চিৰাঙৰ বাতাবাৰীত আগন্তুক বিটিচি নিৰ্বাচনৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধিৰাজ বৰগোয়াৰীক উষ্মো আদৰনী দলীয় বিষয় ববিয়াৰ ,বাতাবাৰী প্ৰাইমাৰী বিপিএফ আৰু কুমাৰশালী প্ৰাইমাৰী বিপিএফৰ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকলে এইদৰে আগন্তুক বিটিচি নিৰ্বাচনৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধিৰাজ বৰগোয়াৰীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উষ্মো আদৰনী জনায়।
Read More News
T & CPrivacy PolicyContact Us