Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত লক্ষীগঞ্জ, লক্ষীগঞ্জত বিজেপিৰ বিষাল ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ

Dhubri Part, Dhubri | Aug 12, 2025
ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত লক্ষীগঞ্জ, লক্ষীগঞ্জত বিজেপিৰ বিষাল ত্ৰিৰংগা যাত্ৰা ৰূপায়ণ। মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজালৈকে ভাৰতীয় জনতা পাৰ্টী বিলাসীপাৰা জিলা সমিতি ৰানীগঞ্জ শালকোচা মণ্ডলৰ উদ্যোগত এই ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। উপস্থিত ৰাইজে ভাৰত মাতা কি জয় ধ্বনি দি মুখৰীত কৰি তুলে চৌপাশ ।
Read More News
T & CPrivacy PolicyContact Us