This browser does not support the video element.
বিজনী ভাগ: সুবাইঝাৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত প্ৰাক্তন বিধায়ক ৰোমিও ব্ৰহ্ম
Bijni Part, Chirang | Aug 12, 2025
আজি চিৰাং জিলাৰ সুবাইঝাৰ প্ৰাইমাৰী বিপিএফ কাৰ্য্যালয়ত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় ,আজিৰ এই যোগদান সভাত ৫০ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত বিজনীৰ প্ৰাক্তন বিধায়ক ৰোমিও ব্ৰহ্ম , আগন্তুক বিটিচি নিৰ্বাচনৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধিৰাজ বৰগোয়াৰী সহ দলীয় বিষয় ববিয়া সকল উপস্থিত থাকে।