মংগলবাৰে আবেলি ৪ মান বজাত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বাথৌফুৰিত থকা গোৰেশ্বৰ আঞ্চলিক বাথৌ থানচালিত উপস্থিত হয় অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।থানচালিত উপস্থিত থাকি সমুহিয়া আৰজতো অংশ লয় যুৱ আয়োগৰ সদস্য গৰাকীয়ে।অনুষ্ঠানত বিজেপিৰ জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক দেৰহাচাৎ নাৰ্জাৰীয়েও উপস্থিত থাকে।অনুষ্ঠানত বহু লোকে অংশ গ্ৰহণ কৰে।