Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে শিৱসাগৰত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

Sibsagar, Sivasagar | Sep 11, 2025
মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে শিৱসাগৰত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী । সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা , অনুসূচিত জাতি ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনে ৰূপায়িত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । ধুবুৰীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ পাছতেই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰত ।
Read More News
T & CPrivacy PolicyContact Us