আজি চিৰাং জিলাৰ শিমলাগুৰীত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় ,আজিৰ এই যোগদান সভাত ৩৫ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত কাজলগাঁও সমষ্টিৰ পাৰিষদ পানিৰাম ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।