Download Now Banner

This browser does not support the video element.

নগাঁও: লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী ৰূপহীহাটৰ গড়াজানত অবাধ বালি খনন , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া সচেতন মহলৰ

Nagaon, Nagaon | Sep 3, 2025
লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী ৰূপহীহাটৰ গড়াজানত অবাধ বালি খনন: প্ৰশাসনৰ নিৰ্লিপ্ততাত জৈৱ-বৈচিত্ৰ্যৰ লগতে জনস্বাস্থ্যলৈও আহিছে ভাবুকিত।নগাঁও জিলাৰ ৰূপহীহাটৰ অন্তৰ্গত গড়াজান অঞ্চলত একাংশ অসাধু চক্ৰই চলাইছে অবাধ বালি খনন। কোনো ধৰণৰ চৰকাৰী নীতি-নিয়মক কেৰেপ নকৰি এটা ব্যক্তিগত পুখুৰীৰ পৰা ব'ৰিং মেচিনৰ সহায়ত নিশাৰ ভাগত বালি উলিয়াই মুকলিকৈ ব্যৱসায় চলাই থকা হৈছে। যাৰ ফলত অঞ্চলটোৰ বাট-পথ বিধ্বস্ত হোৱাৰ লগতে জৈৱ-বৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ প্ৰতি নামি আহিছে চৰম ভাবুকি।
Read More News
T & CPrivacy PolicyContact Us