Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ বেলতলা সংৰক্ষিত আৰক্ষী ছাউনীত অসম আৰক্ষী দিৱস পালন কৰা হয়

Balijana, Goalpara | Oct 1, 2025
বেলতলা সংৰক্ষিত আৰক্ষী ছাউনীতো অসম আৰক্ষী দিৱস পালন কৰা হয় । অসমীয়াৰ হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়া কাৰ্যসূচী ৰূপায়ন কৰা হয় । জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত এই উপলক্ষে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । অসম আৰক্ষী দিৱস উপলক্ষে অসম আৰক্ষীৰ পতাকা উত্তোলন, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি, সংকল্প পাঠ,শাৰিৰীক কুচকাৱাজ, বৃক্ষ ৰোপন, নৱ নিৰ্মিত পেৰেড কমপ্লেক্স মুকলি আদি কাৰ্যসূচী ৰূপায়ন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us