Download Now Banner

This browser does not support the video element.

হোজাই: হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত নতুন বজাৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন যুৱ সমাজ, ব্যৱসায়ী সকল আৰু স্থানীয় ৰাইজৰ

Hojai, Hojai | Sep 19, 2025
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিয়োগত হোজাইত গভীৰ শোক প্ৰকাশ বিভিন্নজনৰ।হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ।জুবিন গাৰ্গক শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হোজাইৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী, যুৱ সমাজ আৰু স্থানীয় ৰাইজৰ।আজি তেওঁ নিজৰ গানৰ মাজতেই নিজে বিলীন হৈ গল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।জুবিন গাৰ্গৰ বিয়োগত একাংশয় শোক শোকায় কান্দিছে।একাংশয় আকৌ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা প
Read More News
T & CPrivacy PolicyContact Us