Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: কৰ ফাঁকিৰ বিৰুদ্ধে GST বিভাগে অভিযান চলাই গ্ৰেপ্তাৰ হোৱা কয়লা ব্যৱসায়ী মিট্টলক জিলা সত্ৰ ন্যায়ধীশৰ আদালত হাজিৰ
Tinsukia, Tinsukia | Aug 24, 2025
তিনিচুকীয়াত কৰ ফাঁকিৰ বিৰুদ্ধে GST বিভাগৰ বৃহৎ অভিযান চলাই যোৱাকালি গ্ৰেপ্তাৰ কৰিছিল ১০.৫০কোটি টকাৰ GST ফাঁকি দিয়া মেঘালয় বৰ্ণিহাটৰ GM Coke ফেক্টৰীৰ মালিক তিনিচুকীয়াৰ কয়লা ব্যৱসায়ী শিৱ কুমাৰ মিট্টলক৷ তিনিচুকীয়া জিলা সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰাৰ কথা দেওবাৰে সন্ধ্যা ৭ বজাত জানিবলৈ দিয়ে GST বিভাগে লগতে ইতিমধ্যে আদালতে শিৱ কুমাৰ মিট্টালক জামিন মঞ্জুৰ কৰিছে বুলি অৱগত কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!