Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: জলেশ্বৰ চেণ্ট্ৰেল লাইব্ৰেৰীত এআইইউডিএফৰ সাংগঠনিক বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়

Lakhipur, Goalpara | Aug 31, 2025
জলেশ্বৰ চেণ্ট্ৰেল লাইব্ৰেৰীত এআইইউডিএফৰ সাংগঠনিক বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়।2026ৰ লক্ষ্যৰে এ আই ইউ ডি এফে আৰম্ভ কৰিছে সাংগঠনিক শক্তি বিকাশৰ অভিযান। আজি জলেশ্বৰৰ চেন্টাল লাইব্ৰেৰীত জলেশ্বৰ সমষ্টিৰ কমিটীৰ আভিযান সভা অনুষ্ঠিত হয়। গোৱালপাৰা জিলা এআইইউডিএফৰ সভাপতি আবুল কালাম হুছেইনে সভাপতিত্ব কৰা সভাত জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে অংশগ্ৰহণ কৰে। সভাত বিভিন্ন জিলাত এআইইউডিএফ দলৰ সাংগঠনিক সভা অনুষ্ঠিত হৈ আছে।
Read More News
T & CPrivacy PolicyContact Us