Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাশিকত্ৰাত বিজেপিৰ বিজয় সংকল্প সভা অনুষ্ঠিত, উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

India | Aug 11, 2025
আজি চিৰাং জিলাৰ কাশিকত্ৰাত বিজেপিৰ উদ্যোগত বিজয় সংকল্প সভা, উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,আগন্তুক বিটিচি নিৰ্বাচন লৈ চিৰাং পৰিষদীয় সমষ্টি আৰু চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ কাৰ্য কৰ্তা আৰু ভোটাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় বিজয় সংকল্প সভা উক্ত সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ ৰাইজক বিজেপিক ভোটদান কৰি চৰকাৰ বনাবলৈ আহ্বান জনায় আৰু ৰাইজৰ উন্নয়নমূলক কাম সমূহ কবিবলৈ বিজেপিক ভোট দিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ।
Read More News
T & CPrivacy PolicyContact Us