Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰাৰ হাচিলা বিলৰ উচ্ছেদিত শিবিৰত প্ৰচণ্ড গৰমৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তাজিম খা নামৰ লোক এজন

Balijana, Goalpara | Sep 1, 2025
গোৱালপাৰাৰ হাচিলা বিলৰ উচ্ছেদিত শিবিৰত প্ৰচণ্ড গৰমৰ বাবে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তাজিম খা নামৰ লোক এজনৰ। হাচিলা বিলৰ উচ্ছেদিত শিবিৰত তিৰপালৰ তলত প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে লোক জন।মৃত লোক জনৰ নাম তাজিম খা ৫৮ । উল্লেখ্য যে যোৱা ১৬,১৭ জুনত জিলা প্ৰশাসনে হাছিলা বিলত উচ্ছেদ অভিযান চলাই এফালৰ পৰা গৃহসমুহ ভাঙি পেলাইছিল। ইয়াৰ পিছতে উচ্ছেদিত লোক সকলে হাচিলা বিলৰ কাষতে পথৰ দাঁতিত তিৰ্পাল টানি বসবাস কৰি আছিল।
Read More News
T & CPrivacy PolicyContact Us