Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত গো হত্যা কৰি থকা অৱস্থাত আটক এজনক

Dhubri Part, Dhubri | Sep 5, 2025
গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহণৰ নেতৃত্বত মধুসৌলমাৰী ২য় খণ্ড মলাতিখামাৰ অঞ্চলত এক গোপন অভিযানৰ ভিত্তিত অভিযান চলাই গো- হত্যা কৰি মাংস বিক্ৰি কৰি থকা অৱস্থাতে গো হত্যা কাৰী মঞ্জিল হকক আটক কৰিবলৈ সক্ষম হয়।
Read More News
T & CPrivacy PolicyContact Us