Install App
manojbmc2009
This browser does not support the video element.
সৃজনগ্ৰাম: বিধানসভাৰ বিৰোধী দলৰ দলপতিৰ উপস্থিতিত অভয়াপুৰী কলা পৰিষদৰ ভৱনত অনুষ্ঠিত জিলা কংগ্ৰেছৰ BLA প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত
Srijangram, Bongaigaon | Aug 25, 2025
সোমবাৰে অভয়াপুৰী কলা পৰিষদৰ ভৱনত অনুষ্ঠিত হয় জিলা কংগ্ৰেছৰ BLA প্ৰশিক্ষণ অনুষ্ঠান। বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিৰ BLA সকলে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, স্থানীয় বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ, জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱা ও উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!