Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: জাগীৰোড সমষ্টিৰ অন্তৰ্গত কুৰিখনতকৈ অধিক বিদ্যালয়ত অৰ্ধশতাধিক শিক্ষক শিক্ষত্রীক সম্বৰ্ধনা জনালে জাগীৰোড ব্লক কংগ্ৰেছে
Marigaon, Morigaon | Sep 5, 2025
আজি সমগ্ৰ দেশে পালন কৰিছে শিক্ষক দিৱস। এই শিক্ষক দিৱসৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত আজি জাগীৰোড ব্লক কংগ্ৰেছে জাগীৰোড সমষ্টিৰ অন্তৰ্গত কুৰি খনতকৈ অধিক বিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক শিক্ষক শিক্ষত্রীক সম্বৰ্ধনা জ্ঞাপন কৰে। নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সহযোগত আৰু জাগীৰোড ব্লক কংগ্ৰেছৰ সভাপতি মোহন দাসৰ নেতৃত্বত আয়োজন কৰা এই কাৰ্যসূচীত বহুকেইজন কংগ্ৰেছৰ কৰ্মীয়ে অংশগ্ৰহন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!