This browser does not support the video element.
গোলাঘাট: গোলাঘাটৰ ৰঙালী বিহু সন্মিলন সমিতিৰ উদ্যোগত সমন্বয় ক্ষেত্ৰত বিশেষ সভা,গোলাঘাটত হব জুবিনৰ আদ্যশ্ৰাদ্ধ
Golaghat, Golaghat | Sep 26, 2025
গোলাঘাট সমন্বয় ক্ষেত্ৰত বিশেষ সভাৰ লগতে গুৰুত্ব পূৰ্ণ সিদ্ধান্ত lগোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন, বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত হিয়াৰ আমঠু, মহানায়ক, গণশিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আয়োজন সম্পৰ্কত গোলাঘাট সমন্বয় ক্ষেত্ৰ প্ৰাঙ্গণত শুক্ৰবাৰে দিনৰ প্ৰায় ৫ বজাত ৰাজহুৱা সভা অনুষ্ঠিত কৰি জনালে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈয়ে।