Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: সদৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল, অনুশাসন ভংগ আৰু বিত্তীয় কেলেংকাৰীৰ অভিযোগত বহিষ্কাৰ সভাপতি ৰুবুল দাসক

Dibrugarh East, Dibrugarh | Sep 2, 2025
অনুসূচিত জাতিৰ অন্যতম সংগঠন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যালয়ত আজি মঙ্গলবাৰে বিয়লি ৫ বজাত এক সংবাদমেল সম্বোধন কৰে। একনায়কত্বাবাদ, স্বেচ্ছাস্বাৰিতা, অনুশাসন ভংগ আৰু বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ বাবে পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিস্কাৰ কৰাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে
Read More News
T & CPrivacy PolicyContact Us