Download Now Banner

This browser does not support the video element.

নগাঁও: মৰিকলং ধেপাজানত উত্তপ্ত পৰিস্থিতি, ৰাইজে আটক কৰিলে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ মুকিবুৰ ৰহমানক

Nagaon, Nagaon | Aug 26, 2025
নগাঁৱৰ মৰিকলং ধেপাজানত উত্তপ্ত পৰিস্থিতি, ৰাইজে আটক কৰিলে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ মুকিবুৰ ৰহমানক।অৰুণোদয়ৰ ধন দিয়াৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ বিবাহিতা মহিলাক।হোৱাটছ আপ যোগে বিভিন্ন অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল মুকিবুৰে।ৰাইজে আটক কৰি উত্তম-মধ্যম সোধালে মুকিবুৰক।ঘটনা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল। নিজকে বিজেপি সমৰ্থিত ৱাৰ্ড মেম্বাৰ বুলি পৰিচয় দিয়ে মুকিবুৰে
Read More News
T & CPrivacy PolicyContact Us