Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁও আয়ুক্ত কাৰ্যালয়ত ১৩ নং চিৰাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৌমকৰ ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে
India | Sep 2, 2025
১৩ নং চিৰাং সমষ্টিত বিজেপিৰ ভোটৰ সংখ্যা বাঢ়িছে,এইবাৰ ১৩ নং চিৰাং সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাৰ্থী সৌমকৰ ব্ৰহ্মই,১৩ নং চিৰাং সমষ্টিৰ ৰাইজে বিজেপিক আকোঁৱালি লৈছে আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হব বুলি কয় সৌমকৰ ব্ৰহ্মই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!