This browser does not support the video element.
বঙাইগাঁও ভাগ: বঙাইগাঁও ৰাজীৱ ভৱনত আয়োজিত বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত APCCৰ সম্পাদক
Bongaigaon Part, Bongaigaon | Aug 23, 2025
শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত বঙাইগাঁও ৰাজীৱ ভৱনত আয়োজিত বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত APCCৰ সম্পাদক নুৰুল ইছলাম । এই সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ, সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলা কংগ্ৰেছৰ তত্বাৱধায়ক শান্তনু শৰ্মা, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱা, উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য, বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াস