Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: ঝুমইৰ বিনন্দিনীক বিশ্ব গ্ৰীণিছ বুক ৰেকৰ্ডত অন্তৰ্ভূক্ত নোহোৱাক লৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতিৰ প্ৰতিক্ৰিয়া
Tinsukia, Tinsukia | Sep 9, 2025
ঝুমইৰ বিনন্দিনীক বিশ্ব গ্ৰীণিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত নোহোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম চাহ জনগোষ্ঠী জাতীয় মহা সভাৰ সভাপতি বাবলু কূলদ্বীপৰ মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত মাকুমত চাহ জনগোষ্ঠী আৰু আদিবাসী সকলক ঝুমইৰ বিনন্দিনীৰ নামত বিজেপি চৰকাৰে ৰাম ঠগন দিলে বুলি অসম চাহ জনগোষ্ঠী জাতীয় মহা সভাৰ সভাপতি গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!