Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: আগন্তুক বিটিচি নিৰ্বাচন লৈ কলবাৰীৰ বেতবাৰিত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

Bijni Part, Chirang | Sep 11, 2025
১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ - হাগ্ৰামা মহিলাৰীৰ,হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে হাগ্ৰামা মহিলাৰী,নিৰ্বাচনী প্ৰচাৰ সভাত ভাষনৰ লগতে সংবাদ মাধ্যমৰ আগত কয় যে এই সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ জয় নিশ্চিত,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে বিজনীৰ প্ৰাক্তন বিধায়ক কমল ব্ৰহ্ম,ৰুমিও ব্ৰহ্ম,বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাখলাৰী উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us