Download Now Banner

This browser does not support the video element.

টিয়ক: জগদুৱাৰ গায়ন গাঁৱত ভুৱা জন্মৰ প্ৰমাণপত্ৰ প্ৰদান কৰা এজনক ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক

Teok, Jorhat | Sep 11, 2025
জগদুৱাৰ গায়ন গাঁৱত ভুৱা জন্মৰ প্ৰমাণপত্ৰ প্ৰদান কৰা এজনক ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক । টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰ গায়ন গাঁৱত সংঘটিত এই ঘটনা । স্থানীয় ৰাইজে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দিয়াৰ অভিযোগত এজন যুৱকক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে গাঁও খনৰ এজন শিশুৰ জন্মৰ প্ৰমাণপত্ৰত মাতৃৰ নাম ভুল হোৱাত শুদ্ধ কৰিবলৈ দিছিল ।
Read More News
T & CPrivacy PolicyContact Us