Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: চহৰত জাপান এডুকেচন চেন্টাৰৰ অসমৰ প্ৰথম দক্ষতা কেন্দ্ৰ মুকলি কৰে MLA,,সুধাকন্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি

Bongaigaon Part, Bongaigaon | Sep 11, 2025
বৃহস্পতিবাৰে বঙাইগাঁও চহৰস্থিত Braintree International Schoolত অনুষ্ঠিত হয় Japan India Conclave । উক্ত Conclaveত উপস্থিত হৈ জাপানী প্ৰতিনিধি সকলে ভাৰত ৰত্ন সুধাকন্ঠ ভূপেন হাজৰিকাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  ইয়াৰ পিছত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বিধায়িকা দীপ্তিময়ী চৌধুৰী । অনুষ্ঠানত উপস্থিত হৈ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে Braintree International Schoolত স্থাপন জাপান এডুকেচন চেন্টাৰৰ অসমৰ প্ৰথমটো দক্ষতা কেন্দ্ৰ মুকলি কৰে ।
Read More News
T & CPrivacy PolicyContact Us