Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ধৰ্ষণকাণ্ডৰ অভিযোগত আটক আনছাৰ আলীক বিদ্যাপুৰ আৰক্ষী চকীৰ পৰা স্বাস্থ্য পৰীক্ষা বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে আৰক্ষীয়ে

Dangtal Revenue Circle, Bongaigaon | Aug 22, 2025
বঙাইগাঁৱত সংঘটিত হৈছে জঘন্য ধৰ্ষণকাণ্ড ।আনছাৰ আলী নামৰ যুৱক জনৰ কামনাৰ বলি হৈ এগৰাকী নাবালিকা। আনছাৰ আলী বিৰুদ্ধে POCSOৰ আধিনত ২১৬/২৫ নম্বৰত ৰুজু হৈছে গোচৰ। ইতিমধ্যে বঙাইগাঁও  সদৰ থানাৰ অধীনৰ বিদ্যাপুৰ আৰক্ষীয়ে আটক কৰিছে আনছাৰ আলীক । শুক্ৰবাৰে আনছাৰ আলীক বিদ্যাপুৰ আৰক্ষী চকীৰ পৰা স্বাস্থ্য পৰীক্ষা বাবে চিকিৎসালয়ত প্ৰেৰণ কৰে আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us