Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: কছুৱাগাঁৱ পৰা এগৰাকী বিবাহিত মহিলা নিৰুদ্দেশ, নিউ বঙাইগাঁৱত পৰিয়ালে জনায় যে ঘটনালৈ আৰক্ষী চকীত এজাহৰ দাখিল কৰা হৈছে

Bongaigaon Part, Bongaigaon | Sep 2, 2025
বঙাইগাঁও জিলাৰ কছুৱাগাঁৱ পৰা এগৰাকী বিবাহিত মহিলা যোৱা ২৯ আগষ্ট তাৰিখৰ পৰা নিৰুদ্দেশ। ২৭ বছৰীয়া বিবাহিত মহিলাক নানা ধৰণৰ প্ৰলোভন দেখুৱাই এজন মিস্ত্ৰীয়ে অপহৰণ কৰি লৈ যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে। মঙ্গলবাৰে এই সন্দৰ্ভত আৰক্ষী চকীত এজাহৰ দাখিল কৰা হৈছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।
Read More News
T & CPrivacy PolicyContact Us