This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও নগৰৰ মাজেৰে যাত্ৰীবাহী বাহন চলাচলৰ দাবীত মৰিগাঁও সদৰ বিহুতলিত অৱস্থাত ধৰ্মঘট পালন কৰিলে ব্যৱসায়ী সমাজে
Marigaon, Morigaon | Sep 10, 2025
মৰিগাঁৱৰ নগৰ ব্যৱসায়িক সমাজে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ ৰাখি হাতে হাতে কাঁহী বাতি লৈ জিলা প্ৰশাসনৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ সুমতি বিচাৰি গালে ঘোষা আৰু ভূপেন্দ্ৰ সংগীত মানুহে মানুহৰ বাবে। ঘটনাক্ৰমে পূৰ্বৰ মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে যান যতৰ বিষয় দোহাই দি চহৰখনৰ মাজভাগত অৱস্থিত ব্যৱসায়িক বাছ আস্থান সমূহ চহৰখনৰ পৰা দূৰলৈ স্থানান্তৰ কৰাৰ