Download Now Banner

This browser does not support the video element.

তিতাবৰ: গোহাঁই গাঁৱত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১১ গ্ৰাম হেৰ'ইন

Titabor, Jorhat | Sep 18, 2025
গোহাঁই গাঁৱত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১১ গ্ৰাম হেৰ'ইন । আটক তিনি জন যুৱক । যোৰহাট জিলাৰ বিভিন্ন স্থানত এতিয়া সুলভ নিষিদ্ধ ড্ৰাগছেই হওঁক বা হেৰ'ইনেই হওঁক । আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে হেৰ'ইন । আজি পুনৰ তিতাবৰ আৰক্ষীয়ে অভিযান চলাই গোহাঁই গাঁৱত । আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১১ গ্ৰাম হেৰ'ইন । আটক কৰে তিনিজন যুৱকক ।
Read More News
T & CPrivacy PolicyContact Us