Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: বাইহাটা চাৰিআলিৰ ৰঙিয়া পথত আটক ভুৱা স্কেনাৰেৰে লুণ্ঠন চলোৱা এজন যুৱক,ৰাইজে আটক কৰি গতালে আৰক্ষীক

North Guwahati Part, Kamrup | Sep 1, 2025
বাইহাটা চাৰিআলিত লুণ্ঠনৰাজ। দীৰ্ঘ দিনৰ পৰা ভুৱা স্কেনাৰেৰে দুষ্টচক্ৰই চলাই আহিছিল লুণ্ঠন। সোমবাৰে বাইহাটা চাৰিআলিৰ ৰঙিয়া পথত ৰাইজে আটক কৰে লুণ্ঠন চলোৱা এজন যুৱকক। অৱশেষত আৰক্ষীৰ হাতত গতাই দিয়ে যুৱকজনক। যুৱকজনৰ নাম মুকুণ্ডৰঞ্জন নাথ।
Read More News
T & CPrivacy PolicyContact Us