This browser does not support the video element.
বালিজানা: শিক্ষক দিৱস উপলক্ষে চহৰৰ বিভিন্ন ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক সম্বৰ্ধনা জনায় বিধায়ক একে ৰছিদ আলমে
Balijana, Goalpara | Sep 5, 2025
শিক্ষক দিৱস উপলক্ষে চহৰৰ বিভিন্ন ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক সম্বৰ্ধনা জনায় বিধায়ক একে ৰছিদ আলমে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ নিৰ্দেশ মৰ্মে গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলমে শিক্ষক দিৱস উপলক্ষে গোৱালপাৰা মহাবিদ্যালয়ৰ লগতে চহৰৰ বিভিন্ন ৱাৰ্ডত গৈ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলক এখনি ফুলাম গামোচা ও মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিধায়ক গৰাকীৰ লগতে কেবাগৰাকী জিলা কংগ্ৰেছৰ বিষয়ববীয়া উপস্থিত থাকে।