Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: জন্মগাঁও জামুগুৰিহাটত উন্মোচন ছহিদ মনবৰ নাথৰ প্ৰতিমূৰ্তি, উন্মোচন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
Nagaon, Nagaon | Aug 23, 2025
জন্মগাঁও জামগুৰিত উন্মোচন শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নাথ যোগী সন্মিলনীৰ উদ্যোগত নিৰ্মাণ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি।সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ মন্তব্য। নগাঁৱৰ উচ্ছেদৰ বাবে প্ৰস্তুতি কৰি আছে জিলা আয়ুক্তই। মাদানীক মই চুলিৰ সমানো কেয়াৰ নকৰোঁ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!