Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত ৰাজীৱ ভৱনৰ ঘেৰাও কৰি বিজেপিৰ প্ৰতিবাদ

Dhubri Part, Dhubri | Sep 1, 2025
প্ৰধানমন্ত্ৰী মোদীৰ মাতৃক কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী ধুবুৰী জিলা বিজেপিৰ।ধুবুৰী ৰাজীৱ ভৱন ঘেৰাও কৰি ৰাহুল গান্ধী মুৰ্দাবাদ,গৌৰৱ গগৈ মুৰ্দাবাদৰে পৰিবেশ উত্তাল কৰি তোলে বিজেপি কৰ্মী সকলে।
Read More News
T & CPrivacy PolicyContact Us