Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈ উপস্থিত হয় প্ৰধান মন্ত্ৰী জনসভাৰ প্ৰস্তুতি বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

Mangaldoi Part, Darrang | Sep 13, 2025
১৪ চেপ্তেম্বৰ তাৰিখে মঙলদৈত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত ভাগ লব। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰং মিডেকেল কলেজৰ আধাৰ শিলা কৰিব।এই লৈ শনিবাৰে আবেলি তিনি মান বজাত মঙলদৈত প্ৰধান মন্ত্ৰী জনসভাৰ স্হলিত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। উপস্থিত হয় প্ৰস্তুতি বুজ লয় মন্ত্ৰী গৰাকীয়ে
Read More News
T & CPrivacy PolicyContact Us