Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: লুৰিন জ্যোতি গগৈৰ বিৰুদ্ধে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ, আৱৰ্ত ভৱনত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়

Jorhat West, Jorhat | Sep 28, 2025
লুৰিন জ্যোতি গগৈৰ বিৰুদ্ধে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ। আৱৰ্ত ভৱনত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । এই সময় ৰাজনীতি কৰাৰ নহয় । এই সময় জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাংগলিক কৰ্ম সমূহ সূচাৰুৰূপে পালন কৰা ।জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাতো অসম বাসীয়ে নিবিচাৰে ।লুৰিন জ্যোতি গগৈয়ে সকলোতে ৰাজনীতি কৰিছে । লুৰিন জ্যোতি গগৈ নিজেই যোৰহাটলৈ আহক ।
Read More News
T & CPrivacy PolicyContact Us