Download Now Banner

This browser does not support the video element.

মানকাচৰ: সুখচৰ আৰক্ষীৰ বৃহৎ সফলতা ৫৫ ইঞ্চি স্মাৰ্ট টিভি, জেনেৰেটৰ, বিচনাৰ চাদৰ সহ হাটশিঙিমাৰীত এটা চোৰ গ্ৰেপ্তাৰ

Mankachar, South Salmara-Mankachar | Aug 22, 2025
শুক্ৰবাৰে দিনৰ ১ বজাৰত সূখচৰ আৰক্ষী নিশা গ্ৰেপ্তাৰ কৰা চোৰক ফেকামাৰী জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে।হাটশিঙিমাৰীৰ সুখচৰ থানা এলেকাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ ৰুহুল আমিন সেখ নামৰ লোকজনৰ ঘৰত যোৱা ৭ আগষ্ট তাৰিখে চুৰিকাণ্ড সংঘটিত হয়। ঘটনাক লৈ ৰুহুল আমিন সুখচৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই নিশা বস্তু সমুহৰ লগতে চোৰক গ্ৰেপ্তাৰ কৰে।
Read More News
T & CPrivacy PolicyContact Us